26 C
Guwahati
Thursday, June 30, 2022
More

    গ্ৰেপ্তাৰ হ’ব নেকি কোৰাণক লৈ গ্ৰন্থ লিখা বিজেপি নেতা?

    অৱশেষত বিজেপি নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে গুৱাহাটীৰ থানাত ৰুজু হ'ল গোচৰ। কোৰাণৰ বিৰুদ্ধে গ্ৰন্থ লিখি উলিয়াইছিল বিজেপি নেতাজনে

    ইছলাম আৰু কোৰাণৰ কলংকিত কথাবোৰ শীৰ্ষক গ্ৰন্থক লৈ তীব্ৰ বিতৰ্ক, চৰ্চা চলি থকাৰ সময়তে গ্ৰন্থখন লিখা বিজেপি নেতাৰ বিৰুদ্ধে ৰুজু হ’ল গোচৰ। ইছলাম আৰু কোৰাণৰ কলংকিত কথাবোৰ নামৰ গ্ৰন্থ লিখা বিজেপি নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ।

    গুৱাহাটীৰ পাণবজাৰ থানাত বিজেপি নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে কে জামান নামৰ এজন অধিবক্তাই ৰুজু কৰিলে গোচৰ। উল্লেখ্য যে কোৰাণৰ বিৰোধিতাৰে কিছুদিন পূৰ্বে ইছলাম আৰু কোৰাণৰ কলংকিত কথাবোৰ শীৰ্ষক গ্ৰন্থ লিখি উলিয়াইছিল বিজেপি নেতাজনে আৰু তাক লৈ এতিয়াও ৰাজ্যজুৰি চলিছে যথেষ্ট বিতৰ্ক।

    Photo : TIME8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং