28 C
Guwahati
Friday, September 17, 2021
  • হোম
  • ভিডিও
  • টাইমকাষ্ট
More

    অপেক্ষাৰ অন্ত : প্ৰকাশ পালে পূৰ্ণাংগ NRC

    ঠিক ১০ বজাৰ লগে লগে প্ৰকাশ পালে বহু প্ৰতীক্ষিত পূৰ্ণাংগ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী।

    ৪১ বছৰীয়া অপেক্ষাৰ অন্ত। ঠিক ১০ বজাৰ লগে লগে প্ৰকাশ পালে বহু প্ৰতীক্ষিত পূৰ্ণাংগ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। অতিৰিক্ত তালিকাত চাব পাৰিব আপোনাৰ নাম। ৰাজ্যৰ NRC সেৱা কেন্দ্ৰ, চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লগতে উপায়ুক্তৰ কাৰ্যালয়তো উপলৱ্ধ হ’ব এই তালিকা।

    আনহাতে অনলাইনযোগেও NRCত নাম আছে নে নাই চাব পাৰিব আপুনি। NRCৰ বেৱচাইটত ARN টাইপ কৰি চাব পাৰিব নাম।

    NRCত নাম থকা-নথকা সম্পৰ্কে অনলাইনযোগে জানিবলৈ কৰিব কি?
    প্ৰথমে লগ ইন কৰিব ৱেবছাইট www.nrcassam.nic.in বা www.assam.mygov.inত

    ক্লিক কৰিব Supplementary Inclusions/Exclusions Lists (Final NRC) status এই লিংকটোত

    তাৰ পিছতে ARN নম্বৰ টাইপ কৰি নাম আছে নে নাই জানিব পাৰিব আপুনি

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    Breaking: অসম আৰক্ষীৰ নতুন সঞ্চালক প্ৰধান(ভাৰপ্ৰাপ্ত) পদত নিযুক্ত ভাস্কৰ জ্যোতি মহন্ত

    UPSC ৰ বৈঠকতহে অসমৰ পৰৱৰ্তী পুৰ্ণকালীন আৰক্ষী সঞ্চালকপ্ৰধান কোন হ’ব সেই লৈ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব

    কৰ’ণা সতৰ্কতাঃ প্ৰথমবাৰলৈ কোনো প্ৰতিবাদ অবিহনে বন্ধ হ’ল অসমৰ চাহ বাগিচা

    চাহ শ্ৰমিকৰ মজুৰি প্ৰদান কৰিবলৈ প্ৰতিখন বাগিচাৰ মালিকপক্ষক দাবী আটছাৰ

    করিমগঞ্জে নিখোঁজ যুবতীর ঝুলন্ত মরদেহ উদ্ধার, খুনের অভিযোগ মায়ের

    নিখোজ হওয়া প্রায় বছর ১৬-র যুবতীর লাশ উদ্ধার।এ নিয়ে তীব্র চাঞ্চল্য বিরাজ করছে উত্তর করিমগঞ্জের জাতুয়া গ্রামে।

    বিহুৱা, ঢুলীয়াও ১৮% GST দিব লাগিব বুলি অপপ্ৰচাৰ আৰম্ভ কৰিছে, ক’লে জয়ন্ত মল্ল–পৱিত্ৰ মাৰ্ঘেৰিটাই

    জিএচটি কোনো উদযাপন কমিটিয়ে দিব নালাগে। বিহু কমিটিয়ে দিব নালাগে জিএচটি। টিকট কাটি অনুষ্ঠানৰ আয়োজন কৰিলেহে জিএচটি দিব লাগিব বুলিও জনালে

    শিলচরে ‘বিতর্কিত’ নেতার অশ্লীল ভিডিও ভাইরাল, কাঠগড়ায় কংগ্রেস!

    ভাইরাল হওয়া ভিডিও দেখে মনে হচ্ছে, ভিডিও কলিং চক্রের যুবতীর উস্কানিতে অশ্লীলতায় মেতে উঠলে তা রেকর্ডিং করে নেওয়া হয়।

    বিজেপি জমানায় বরাকে ভাষিক আগ্রাসনের কোনও শঙ্কা নেই : রাজদীপ

    বিজেপি জমানায় বরাক উপত্যকায় ভাষিক আগ্রাসনের কোনও শঙ্কা নেই। চাকরির ক্ষেত্রে বরাক বঞ্চনার অভিযোগ ভিত্তিহীন।