27 C
Guwahati
Thursday, October 14, 2021
More

    ২০২০ বৰ্ষৰ ফিল্মফেয়াৰ এৱাৰ্ড, কোন কোন শিল্পীয়ে লাভ কৰিলে শ্ৰেষ্ঠতত্বৰ সন্মান

    এইবৰ্ষৰ ফিল্মফেয়াৰ এৱাৰ্ডৰ শ্ৰেষ্ঠ ছবিৰ সন্মান গলী বয়লৈ

    বলিউডৰ তাৰকা-মহাতাৰকাৰ সমাগমেৰে এদিনৰ বাবে মায়ানগৰীত পৰিণত হ’ল গুৱাহাটী। নিশাটোৰ বাবে জিলিকি উঠিল গুৱাহাটীৰ সৰুসজাই ষ্ঠেডিয়াম। ভাৰতীয় ছবিজগতত দেখুওৱা নিজ নিজ বিশেষ তথা শ্ৰেষ্ঠ অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয় এই বিশেষ অনুষ্ঠানত। এই বৰ্ষৰ বহু শ্ৰেষ্ঠ বঁটা আজুৰিবলৈ সক্ষম হয় ‘গলী বয়’ ছবিখনে।

    পিছে কোন কোন শিল্পীয়ে লাভ কৰিলে ৬৫ সংখ্যক ফিল্মফেয়াৰৰ শ্ৰেষ্ঠতত্বৰ সন্মান।
    এইবৰ্ষৰ ফিল্মফেয়াৰ এৱাৰ্ডৰ শ্ৰেষ্ঠ ছবিৰ সন্মান গলী বয়লৈ।
    জীৱনজোৰা সাধনা বঁটা: ৰমেশ চিপ্পীলৈ।
    বিশেষ বঁটা: মনীষ মালহোত্ৰালালৈ, বলিউডলৈ আগবঢ়োৱা তেখেতৰ ৩০ বছৰীয়া অৱদানৰ বাবে।
    শ্ৰেষ্ঠ পৰিচালক: জয়া আখতাৰ (গলী বয়)
    শ্ৰেষ্ঠ অভিনেত্ৰী: আলিয়া ভাট (গলী বয়)
    শ্ৰেষ্ঠ অভিনেতা: ৰণবীৰ সিং (গলী বয়)
    শ্ৰেষ্ঠ সহঃঅভিনেতা: সিদ্ধান্ত চতুৰ্বেদী (গলী বয়)
    শ্ৰেষ্ঠ সহঃঅভিনেত্ৰী: অম্ৰুতা সুভাষ (গলী বয়)
    শ্ৰেষ্ঠ গীতৰ কথা: ডিভাইন আৰু অংকিত তিৱাৰী (গলী বয়)
    শ্ৰেষ্ঠ নেপথ্য গায়ীকা: শিল্পা ৰাও (ঘুংগুৰু)
    শ্ৰেষ্ঠ নেপথ্য গায়ক: অৰিজিৎ সিং (কলংক)
    শ্ৰেষ্ঠ নৱাগত পৰিচালক: আদিত্য ধৰ (উৰি-দ্য ছাৰ্জিকেল ষ্ট্ৰাইক)
    শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰী: অনন্যা পাণ্ডে (ষ্টুডেণ্ট অৱ দা ইয়েৰ)
    শ্ৰেষ্ঠ নৱাগত অভিনেতা: অভিমন্যু দাছানী (মৰ্ড)
    শ্ৰেষ্ঠ আৱহ সংগীত: কাৰ্শ্ব কলে (গলী বয়)
    শ্ৰেষ্ঠ কৰিঅ’গ্ৰাফী: ৰেম’ দি চুজা (কলংক)
    শ্ৰেষ্ঠ কষ্টিউম: দিব্য গম্ভিৰ আৰু নিধি গম্ভিৰ (ছ’নচিৰিয়া)
    শ্ৰেষ্ঠ শব্দ: (উৰি-দ্য ছাৰ্জিকেল ষ্ট্ৰাইক)

    Photo: Time8 and Youtube

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং