23.4 C
Guwahati
Wednesday, October 20, 2021
More

    নগাঁৱত অনশনত বহিছে কংগ্ৰেছ, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এই প্ৰতিবাদ

    অসম চুক্তি ভংগ কৰিব পৰা কোনো আইন কংগ্ৰেছে মানি নলয় বুলি মন্তব্য কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাৰ

    নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নগাঁৱত কংগ্ৰেছৰ অনশন। কেবৰ বিৰুদ্ধে অহৰহ প্ৰতিবাদ আৰু সমদল উলিওৱাৰ পিছত এইবাৰ অনশনত বহিছে কংগ্ৰেছে। নগাঁও জিলা উপায়ুক্ত কাৰ্য্যায়ৰ সন্মুখত অনশন কাৰ্যসূচী গ্ৰহণ কৰে নগাঁও জিলা কংগ্ৰেছে।

    অসম চুক্তি ভংগ কৰিব পৰা কোনো আইন কংগ্ৰেছে মানি নলয় বুলি মন্তব্য কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাৰ। শুক্ৰবাৰে পুৱাৰ পৰা নগাঁও জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত কৰা হয় এই অনশন কাৰ্যসূচী।

    Inputs: Biju Gohain

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং