30 C
Guwahati
Wednesday, October 27, 2021
More

    গাড়ীত ফাষ্টেগ সংযোগৰ সময়সীমা ১৫ জানুৱাৰীলৈ বৃদ্ধি

    গ্ৰাহকসকলে যিকোনো বেংকৰ ৱেবছাইট, নিৰ্দিষ্ট বেংকৰ পইণ্ট অৱ ছেল আৰু অনলাইনযোগে ফাষ্টেগ ক্ৰয় কৰিব পাৰিব

    কেন্দ্ৰীয় চৰকাৰে গাড়ীত ফাষ্টেগ সংযোগৰ সময়সীমা ১৫ জানুৱাৰীলৈ বৃদ্ধি কৰিছে। পূৰ্বতে এই সময়সীমা ১৫ ডিচেম্বৰলৈ ধাৰ্য কৰা হৈছিল যদিও বজাৰত পৰ্যাপ্ত পৰিমাণৰ ফাষ্টেগ উপলব্ধ নোহোৱাত এই সময়সীমা বৃদ্ধি কৰা হয়।

    গাড়ীত ফাষ্টেগ সংযোগ কৰাৰ পিছত টোলগেটত স্বয়ংক্ৰিয় পদ্ধতিত গাড়ীখনৰ পৰা টোল মাচুল আদায় লোৱা হয়। গ্ৰাহকসকলে যিকোনো বেংকৰ ৱেবছাইট, নিৰ্দিষ্ট বেংকৰ পইণ্ট অৱ ছেল আৰু অনলাইনযোগে ফাষ্টেগ ক্ৰয় কৰিব পাৰিব। উল্লেখ্য যে ভাৰতত ২০১৪ চনৰ পৰা বাহনত ফাষ্টেগৰ ব্যৱহাৰ আৰম্ভ হৈছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং