25 C
Guwahati
Thursday, October 21, 2021
More

    নিজেই চহৰ ছেনিটাইজ কৰাত নামিল মন্ত্ৰী ফণীভূষণ চৌধুৰী

    ছেনিটাইজ কৰা পাইপ হাতত তুলি ল’লে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে। ছেনিটাইজ কৰাত নামিল চহৰৰ বাট-পথ, দেৱাল আদি। কৰ’ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে।

    বঙাইগাঁও চহৰত এনেদৰে চাফাই অভিযানত নামিল খাদ্য আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী৷ লগতে এই সংকটৰ সময়ত ৰাজ্যত প্ৰৰ্যাপ্ত পৰিমানৰ খাদ্য মজুত আছে বুলি কয়৷ আনহাতে খাদ্যৰ কোনো নাটনি হোৱা নাই আৰু নহয় বুলিও কলে মন্ত্ৰীগৰাকীয়ে৷

    Photo Credit: Prasanta Ray

    Published:

    3 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং