25 C
Guwahati
Thursday, October 21, 2021
More

    গীতানগৰ আৰক্ষীৰ জালত ভুৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক

    গীতানগৰ থানাৰ দাৰোগা বুলি চিনাকী দি লোকজনৰ পৰা সংগ্ৰহ কৰিছিল ধন

    চাকৰি দিয়াৰ প্ৰলোভন দি নজিৎ হুজুৰী নামৰ এজন লোকৰ পৰা সংগ্ৰহ কৰিছিল ৫৬ হাজাৰ টকা। চাকৰি দিম বুলি প্ৰৱঞ্চকটোৱে বিভিন্নজনৰ পৰা সংগ্ৰহ কৰিছিল ধন।

    ধৰ্মেশ্বৰ ৰয় নামৰ প্ৰৱঞ্চকটোক গ্ৰেপ্তাৰ কৰে গীতানগৰ আৰক্ষীয়ে। ধৃত লোকজনৰ ঘৰ বাইহাটা চাৰিআলিত। জুৰোডত ভাড়াঘৰত থকা প্ৰৱঞ্চক ধৰ্মেশ্বৰ ৰয়ৰ ঘৰত উদ্ধাৰ হৈছে আৰক্ষীৰ পোছাক।

    গীতানগৰ থানাৰ দাৰোগা বুলি চিনাকী দি লোকজনৰ পৰা সংগ্ৰহ কৰিছিল ধন। বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চক ৰয়ক।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং