33 C
Guwahati
Wednesday, September 28, 2022
More

    আবকাৰী বিভাগৰ অভিযান, দেশীয় সুৰাসহ জালত পৰিল দুজন

    দীৰ্ঘদিনৰ পৰা দুয়োজনে অঞ্চলটোত অবৈধভাৱে চলাই আহিছিল দেশীয় সুৰাৰ ৰমৰমীয়া বেহা

    দক্ষিণ কামৰূপত দেশীয় সুৰাসহ দুজনক আটক। দক্ষিণ কামৰূপৰ ঝাৰোবড়ি আৰু বঙৰাত সতীশ বৰ্মনৰ নেতৃত্বত আবকাৰী বিভাগে চলোৱা অভিযানত প্ৰায় ৬০ লিটাৰ দেশীয় সুৰা জব্দ কৰাৰ লগতে আটক কৰে দুজনক।

    উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা দুয়োজনে অঞ্চলটোত অবৈধভাৱে চলাই আহিছিল দেশীয় সুৰাৰ ৰমৰমীয়া বেহা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং