গুৱহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পিছত এইবাৰ পৰীক্ষা বাতিল কৰিলে কটন বিশ্ববিদ্যালয়েও। স্নাতক, স্নাতকোত্তৰ সকলো পৰীক্ষা বাতিল । বৰ্তমানলৈ এখনো বিশ্ববিদ্যালয়ে পৰীক্ষা বাতিলৰ কাৰণ উল্লেখ কৰা নাই। যদিও স্পষ্ট ভাৱে প্ৰকাশ পাইছে ইয়াৰ কাৰণ মূলতে এটাই ‘কেব’ ।
১০ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা কথা আছিল সকলো পৰীক্ষা। কটন বিশ্ববিদ্যালয়ে পৰীক্ষা বাতিলৰ লগতে সকলো শ্ৰেণীয়ো বৰ্জন কৰিছে।