29 C
Guwahati
Saturday, October 23, 2021
More

    ধেমাজিত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিত জুৰুলা সৰ্বসাধাৰণ

    পাইকাৰী ব্যৱসায়ীক নাকী লগাব পৰা নাই যোগান বিভাগে

    ধাৰাবাহিক বন্ধৰ অন্তত শুকুৰবাৰৰ পৰাহে সম্পূৰ্ণৰূপে ধেমাজি চহৰৰ পৰিবেশ স্বাভাৱিক হৈ পৰিছে ৷ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী ক্ৰয় কৰিবলৈ বজাৰলৈ ওলাই আহিছে সাধাৰণ ৰাইজ ৷

    আলুৰ প্ৰতি কেজিত ৩৫ টকাৰ পৰা ৪০ টকা ,পিঁয়াজৰ প্ৰতি কেজিত ১২০ টকাৰ পৰা ১৫০ টকা, মচুৰ দাইলৰ প্ৰতি কেজিত ৬৫ টকাৰ পৰা ৯০ টকা, মিঠাতেল প্ৰতি লিটাৰ ৯০ টকাৰ পৰা ১২০ টকা, কণীৰ প্ৰতি প্লেটত ২০০ টকাৰ পৰা ২২০ টকা আদি ৷

    ইফালে পাইকাৰী ব্যৱসায়ীক নাকী লগাব পৰা নাই যোগান বিভাগে ৷ ধেমাজি বজাৰৰ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী দামে কোঙা কৰিছে সাধাৰণ গ্ৰাহকক৷

    Input : Jayanta Bora

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং