22 C
Guwahati
Sunday, December 5, 2021
More

    পাহাৰত আলু-কচু ৰুই থাকোতে হাতীৰ গচকত মৃত্যু এজনৰ

    লগৰ সাৰথি কুকুৰে কাল হ'ল লোকজনৰ

    শিংৰা আঞ্চলিক বনবিষয়া কাৰ্যালয় অধীনৰ বকোৰ লেপগাঁও কম্পাদলীত বন্যহস্তীৰ উপদ্ৰৱ। হাতীৰ গচকত এজন নিহত। নিহত ডেনখাল মাৰাক(৪৫)। বাগানত কাম কৰি থকা সময়ত এই অঘটন। ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত।

    লগৰ সাৰথি কুকুৰে কাল হ’ল ডেনখালৰ। কুকুৰৰ ভুকভুকনীত হাতীয়ে চোঁচা লৈ লোকজনক আক্ৰমণ কৰে। পাহাৰত আলু-কচু ৰোপণত ব্যস্ত আছিল ডেনখাল। তিনিটাকৈ বন্যহস্তীৰ বিচৰণ কম্পাদলী সমীপৰ পাহাৰত।

    Published:

    6 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং