30 C
Guwahati
Tuesday, September 27, 2022
More

    ওদালগুৰিত বন্যহস্তীৰ মৃত্যু, দুৰ্বৃত্তই কাটি নিলে শুৰৰ অংশ

    হাতীটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও শৰীৰত আঘাতৰ চিন স্পষ্ট

    ওদালগুৰিৰ পানেৰী থানাৰ অন্তৰ্গত ভূটিয়াচাঙত বন্যহস্তীৰ কৰুণ মৃত্যু। মৃত হাতীটোৰ বয়স প্ৰায় ৫০ বছৰৰ অধিক। মৃত বন্যহস্তীটোৰ শুৰৰ কিছু অংশ কাটি নিলে দুৰ্বৃত্তই। ঘটনাস্থলীত উপস্থিত বন বিভাগৰ লোক।

    হাতীটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও শৰীৰত আঘাতৰ চিন স্পষ্ট। চলিত বৰ্ষত হাতী- মানুহৰ সংঘাটৰ ফলত প্ৰায় ১৯ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩টা বন্যহস্তীৰ মৃত্যু হয়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং