28 C
Guwahati
Tuesday, October 4, 2022
More

    মিজোৰামত পুনৰ ভূমিকম্প, বিগত দুসপ্তাহ ৩টাকৈ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যখন

    মিজোৰামত শুকুৰবাৰে দুপৰীয়া ২.৩৫ বজাত ভূমিকম্পৰ তীব্ৰ জোকাৰণি অনুভূত হয়।

    ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাৱল্য ৪.৬। কিন্তু বৰ্তমানলৈ জানিব পৰা হোৱা নাই হতাহতৰ খবৰ।

    উল্লেখ্য যে মিজোৰামত বিগত দুটা সপ্তাহত ৩টাকৈ ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।

    NCSয়ে জনোৱা অনুসৰি শুকুৰবাৰে দুপৰীয়া ২ বাজি ৩৫ মিনিটৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।

    ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মিজোৰামৰ চাম্পাই। পাহাৰীয়া ৰাজ্যখনত বিগত সপ্তাহতো ভূমিকম্প অনুভূত হৈছিল।

    বিগত সপ্তাহৰ ২১ জুনৰ সন্ধিয়া মিজোৰামৰ আইজলতো।

    ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৫.১ আৰু ২২ জুনৰ পুৱতি নিশাও প্ৰায় ৪.১০ বজাত মিজোৰামৰ চাম্পাইত ৫.৩ ৰিখটাৰ স্কেলৰ ভূমিকম্পই জোকাৰি গৈছিল জিলাখন।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং