24 C
Guwahati
Wednesday, November 24, 2021
More

    কৰ’ণাতংকৰ মাজতে অসম-নগালেণ্ড সীমান্তত প্ৰচণ্ড গুলীয়াগুলী

    প্ৰচণ্ড গুলীয়াগুলীত থিতাতে নিহত এজন নগা যুৱক

    কৰ’ণাৰ আতংকৰ মাজতে অসম-নাগালেণ্ড সীমান্তত প্ৰচণ্ড গুলীয়াগুলী। খটখতি থানাৰ অন্তৰ্গত লালমাটিত নিশা সংঘটিত হয় এই গুলীয়াগুলীৰ ঘটনা। ৫জনীয়া দুৰ্বৃত্তৰ দল আৰু আৰক্ষী মাজত সংঘটিত হয় সংঘৰ্ষ।

    প্ৰচণ্ড গুলীয়াগুলীত থিতাতে নিহত দুৰ্বৃত্তৰ দলটোৰ এজন নগা যুৱক। ঘটনাৰ পিছতে পলায়ন কৰে আন ৪ দুৰ্বৃত্তই। ঘটনাস্থলীৰ পৰা এটা 7.65 পিষ্টল উদ্ধাৰ। পলায়নকাৰী চাৰি দুৰ্বৃত্তৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত।

    Photo Credit: @suraj-gogoi

    Published:

    6 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং