27 C
Guwahati
Sunday, October 2, 2022
More

    মছজিদৰ সলনি ঘৰতে জুম্মাৰ নামাজ পঢ়াৰ আহ্বান আমীৰে শ্বৰিয়তৰ

    আজি দিনৰ ১০ বজাত হজৰত আমীৰে শ্বৰিয়তে জাৰী কৰে এই নিৰ্দেশনা

    উত্তৰ পুব ভাৰতৰ আমীৰে শ্বৰিয়ত হজৰত শ্বেখ মুফতি খাইৰুল ইছলাম চাহাবৰ ঘোষণা৷ মুছলমান সকলে জুম্মাৰ নামাজ মছজিদত পঢ়াৰ পৰিৱৰ্তে ঘৰতে জোহৰৰ নামাজ পঢ়িবলৈ আহ্বান৷ কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে চৰকাৰে ঘোষণা কৰা যুদ্ধত মুছলমান সকলে সহযোগ কৰা জৰুৰী বুলি দোহাৰে খাইৰুল ইছলাম চাহাবে।

    মছজিদত ৩ জনতকৈ অধিক লোকে জামাতৰ নামাজ অনুষ্ঠিত নকৰিব। আজি দিনৰ ১০ বজাত হজৰত আমীৰে শ্বৰিয়তে জাৰী কৰে এই নিৰ্দেশনা। চৰকাৰী নীতি নিয়ম মানি চলক দেশৰ মুছলমান সকলে। অসুস্থ দেহাৰেই দেশৰ মুছলমান সমাজলৈ এই আহ্বান আমীৰে শ্বৰিয়ত গৰাকীৰ।

    Photo Credit: @hassinuralom

    Published:

    2 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং