24 C
Guwahati
Tuesday, September 27, 2022
More

    কৰ’ণা আতংকঃ এনেই চলা ফুৰা কৰি নুফুৰিবলৈ আহ্বান ডিব্ৰুগড়ৰ উপায়ুক্তৰ

    অত্যন্ত জৰুৰী নহ'লে বা অনাহকত ঘৰৰ বাহিৰত ঘূৰা-ফুৰাৰ পৰা বিৰত থাকক

    বিশ্বৰ প্ৰতিখন দেশকেই চুই গৈছে কৰ’ণা ভাইৰাছৰ আতংকই। কৰ’ণা ভাইৰাছৰ পৰা হাত সাৰিবৰ বাবে সকলো দেশেই লৈছে সতৰ্কতামূলক পদক্ষেপ। বন্ধ কৰি দিয়া হৈছে স্কুল-কলেজ,বিশ্ববিদ্যালয়, চিনমো হল, ছুইমিং পুল। বাতিল কৰা হৈছে সকলোধৰণৰ ৰাজহুৱা অনুষ্ঠান।

    ইয়াৰ মাজতে কৰ’ণা ভাইৰাছক কেন্দ্ৰ কৰি সৃষ্টি হোৱা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই আজি সকলো ৰাইজক অত্যন্ত জৰুৰী নহ’লে বা অনাহকত ঘৰৰ বাহিৰত ঘূৰা-ফুৰাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং