14.5 C
Guwahati
Friday, January 21, 2022
More

    মহানগৰীৰ হাতীগাঁৱত লৰ্ড এপাৰ্টমেণ্টত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য

    জব্দ কৰা সামগ্ৰীখিনিৰ মূল্য ১ লাখ টকা। পশ্চিম বংগৰ পৰা অনা হৈছিল সামগ্ৰীখিনি

    মহানগৰীৰ হাতীগাঁওস্থিত লৰ্ড এপাৰ্টমেণ্টত দিছপুৰ আৰক্ষীৰ অভিযান। অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ। As 02f 9305 নম্বৰৰ বাহনখনত ভৰ্তি কৰি ৰাখিছিল RBREXX আৰু PHENEREXৰ বটল। ঘটনাৰে জড়িত মেহদি আলম নামৰ এজনক আটক কৰে আৰক্ষীয়ে। ধৃত লোকজনৰ ঘৰ নগাঁৱত।

    জব্দ কৰা সামগ্ৰীখিনিৰ মূল্য ১ লাখ টকা। পশ্চিম বংগৰ পৰা অনা হৈছিল সামগ্ৰীখিনি। নগাঁৱত বিক্ৰী কৰিবলৈ পৰিকল্পনা কৰি থকাৰ সময়তে জব্দ কৰিলে দিছপুৰ আৰক্ষীয়ে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং