33 C
Guwahati
Sunday, October 2, 2022
More

    ভ্ৰুণ হত্যাৰ অভিযোগত আটক এজন চিকিত্সক, বকোত সংঘটিত এই ঘটনা

    এবছৰ পূৰ্বে সহকৰ্মীৰ সৈতে এইগৰাকী চিকিত্সকৰ অন্তৰংগ মুহূৰ্তৰ ভিডিঅ' ভাইৰেল হৈছিল ছচিয়েল মিডিয়াত

    কামৰূপ জিলাৰ বকোত এজন চিকিত্সকক আটক কৰে আৰক্ষীয়ে। কিছু সময় পূৰ্বে পলাশবাৰী আৰক্ষীয়ে আটক কৰে ডাঃ ঘনশ্যাম দাসক। ধৃত দাস বকোস্থিত ‘দাস ক্লিনিক’ৰ স্বত্বাধিকাৰী।

    আৰক্ষীয়ে জনোৱা অনুসৰি আৰক্ষী সূত্ৰে জানিব পৰা মতে চিকিত্সকগৰাকীৰ বিৰুদ্ধে ৰুজু হৈছে ভ্ৰুণ হত্যাৰ গোচৰ। আৰক্ষীয়ে ক্লিনিকৰ পৰা আটক কৰে চিকিত্সকগৰাকীক।

    উল্লেখ্য যে, এবছৰ পূৰ্বে সহকৰ্মীৰ সৈতে এইগৰাকী চিকিত্সকৰ অন্তৰংগ মুহূৰ্তৰ ভিডিঅ’ ভাইৰেল হৈছিল ছচিয়েল মিডিয়াত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং