30 C
Guwahati
Tuesday, September 27, 2022
More

    পুনৰ গুৱাহাটীৰ ৰাজপথত দিন-দুপৰতে ডকাইতি

    এইচ ডি এফ চি বেংকৰ বাহিৰৰ পৰা বিশ্বনাথ দত্ত নামৰ এজনৰ টকা লৈ উধাও হ'ল ডকাইতৰ দল

    এইবাৰ গুৱাহাটীৰ মালিগাঁৱত দিনৰ পোহৰতে ডকাইতে চলালে লুটপাত। এইচ ডি এফ চি বেংকৰ বাহিৰৰ পৰা বিশ্বনাথ দত্ত নামৰ এজনৰ টকা লৈ উধাও হ’ল ডকাইতৰ দল। লোকজনৰ পৰা ১ লাখ ৭৫ হাজাৰ টকা লুটি লৈ যায় বাইকত অহা দুৰ্বৃত্তৰ দলটোৱে।

    ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয়গৈ জালুকবাৰী আৰক্ষী, আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। আশ্বৰ্যজনক কথা এয়ে যে এইচ ডি এফ চি বেংকৰ বাহিৰত নাই কোনো চি চি টিভি কেমেৰাৰ ব্যৱস্থা।

    Photo Credit: dunyanews.tv

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং