31 C
Guwahati
Friday, July 1, 2022
More

    BREAKING: শিলিগুৰিত জব্দ ৬০খন সোণৰ বিস্কুট, ধৃত ৩জন

    জব্দকৃত সোণখিনিৰ মূল্য প্ৰায় ৩.৮ কোটি টকা।

    শিলিগুৰিত DRI-এ বিদেশত নিৰ্মিত সোণৰ বিস্কুট জব্দ কৰে। জব্দকৃত ৬০ খন সোণৰ বিস্কুটৰ ওজন প্ৰায় ১০ কিলোগ্ৰাম। জব্দকৃত সোণখিনিৰ মূল্য প্ৰায় ৩.৮ কোটি টকা। সোণসহ ৩জন লোকক গ্ৰেপ্তাৰ কৰে।

    ধৃত তিনিওকে আদালতত হাজিৰ কৰোৱা হয়। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আৰক্ষীৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং