27 C
Guwahati
Monday, November 29, 2021
More

    ৰাজ্যত বানৰ তাণ্ডৱ, এইবাৰ ধনশ্ৰী নৈৰ বাঢ়নী পানীৰ তাণ্ডৱ দৰঙৰ বহু ঠাইত

    ৰাজ্যৰ সকলো ফালেই এতিয়া বানৰ তাণ্ডৱ। বছৰৰ প্ৰথমটো বানৰ বুৰিল ৰাজ্যৰ বহুকেইখন জিলাৰ বহুতো গাঁও। এইবাৰ দৰঙত চলিল ধনশ্ৰী নৈৰ বাঢ়নী পানীৰ তাণ্ডৱ৷

    জিলাখনৰ কৌপাটি আৰু শিলবৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ঘিলাঘাৰী, ৰঙাগড়া পথাৰ, ভৱপুৰ, ৰহমানপুৰ, নাউৰাসিচা, বেজিমাৰী, কছাৰিভেটিটোপ, ৪ নং শিয়ালমাৰী আদি কেইবাখনো গাঁৱত মথাউৰি ভাঙি বানপানীৰ তাণ্ডৱ। বাট-পথ, খেতি পথাৰ সকলোতে এতিয়া পানীয়ে পানী। নৈপৰীয়া ৰাইজৰ মাজত এতিয়া আতংকময় পৰিৱেশ৷

    Photo Credit: @rikidas

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং