25 C
Guwahati
Thursday, October 6, 2022
More

    আকৌ দিল্লীৰ শাসনৰ বাঘজৰী ধৰাৰ দিশে কেজৰিৱাল

    আপৰ কাৰ্যালয়ত ইতিমধ্যেই আৰম্ভ হৈছে এক উখলমাখল আনন্দমুখৰ পৰিৱেশ

    আজি ঘোষণা কৰা হ’ব দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল। যোৱা ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইতিমধ্যেই জয়ৰ ইংগিত দিছে আম আদমী পাৰ্টিয়ে। ৭০ খন আসনৰ ৫৩খনতেই আগবাঢ়ি আছে আপ।

    আপৰ কাৰ্যালয়ত ইতিমধ্যেই আৰম্ভ হৈছে এক উখলমাখল আনন্দমুখৰ পৰিৱেশ।দিল্লী বিধানসভা নিৰ্বাচনত বিজেপি দলে সৰ্বশক্তিৰে অৱতীৰ্ণ হৈছিল যদিও এতিয়ালৈকে কেৱলমাত্ৰ ১৭খন আসনতহে আগবাঢ়ি আছে ।ইফালে কংগ্ৰেছ দলে এখন আসনো এতিয়ালৈকে লাভ কৰা নাই।

    Photo Credit: IBTimes India

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং