FCIৰ চাউল লৈ যোৱা এখন ট্ৰাকৰ চালকক আক্ৰমণ দুৰ্বৃত্তৰ। চালকজনৰ পৰা লৈ যায় নগদ ধনসহ মোবাইল ফোন। ঘটনাটোত গুৰুতৰভাৱে আহত চালকজনক JMCHত ভৰ্তি কৰোৱা হয়।
ডকাইতৰ আক্ৰমণত ভৰি ভাঙে চালক প্ৰদীপ সিংহৰ। ডিমাপুৰৰ পৰা নাগালেণ্ডৰ মকাকচুঙলৈ লৈ গৈ আছিল ট্ৰাকখন।

Published:
First published