26 C
Guwahati
Thursday, June 30, 2022
More

    ভাৰতত কৰ’ণাই প্ৰাণ লোৱা লোকৰ সংখ্যা ১৭ আৰু আক্ৰান্তৰ সংখ্যা ৭২৪লৈ বৃদ্ধি

    ভাৰতত কৰ'ণা ভাইৰাছে লৈছে মহামাৰীৰ ৰূপ

    দেশত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা। এইবাৰ কৰ’ণাই প্ৰাণ ল’লে ৰাজস্থানৰ এগৰাকী ৬০ বছৰীয়া লোকৰ।

    ৰাজস্থানৰ ভিলৱাৰা নিৱাসী লোকজনৰ মৃত্যুৰ লগে লগে ভাৰতত মৃত্যু হোৱা লোকৰ সংখ্যা বৃ্দ্ধি পালে ১৭লৈ। ইফালে ৰাজস্থানত মৃত্যুৰ সংখ্যা দুজনলৈ বৃদ্ধি পালে। সমগ্ৰ ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৭২৪জন।

    Photo Credit: India Today

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং