21 C
Guwahati
Thursday, December 8, 2022
More

    ভাৰতত পুনৰ বৃদ্ধি মৃত্যুৰ সংখ্যা, এদিনতে দুজনৰ মৃত্যু হৈ ২৬ হ’লগৈ মুঠ সংখ্যা

    গুজৰাটৰ পিছত এইবাৰ দিল্লীত

    কৰ’ণাত আক্ৰান্ত হৈ মৃতকৰ সংখ্যা ভাৰতত পুনৰ বৃদ্ধি। দেশত এদিনতে মৃত্যু দুজনকৈ লোকৰ। গুজৰাটৰ পিছত দিল্লীত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ আৰু এজনৰ মৃত্যু। ইয়াৰ ফলত ভাৰতত মৃতকৰ সংখ্যা বৃদ্ধি পাইছে ২৬ লৈ।

    এইপৰ্যন্ত দিল্লীত দুজনৰ মৃত্যু ঘটিছে কৰ’ণা ভাইৰাছত। আজি পুৱাৰ ভাগত গুজৰাটত মৃত্যু ঘটিছিল এগৰাকী ৪৫ বছৰীয়া লোকৰ। কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে ভাৰতত। বৰ্তমান কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ১,০৪০জন।

    Photo Credit: Deccan Herald

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং