33 C
Guwahati
Thursday, June 8, 2023
More

    শিমলুগুৰিত গুদামৰ গাড়ীত যুৱকৰ মৃতদেহ উদ্ধাৰ

    মৃত যুৱকজন লাকুৱাৰ সুৰজিত গগৈ বুলি জানিব পৰা গৈছে

    শিৱসাগৰ জিলাৰ শিমলুগুৰি আৰক্ষী চকীৰ নিচেই কাষতে থকা ONGC অধীনৰ SK PetroTech নামৰ ব্যক্তিগত কোম্পানীৰ গুদামত বৃহস্পতিবাৰে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়।

    গুদামৰ ভিতৰত থকা এখন গাড়ীৰ ভিতৰত ৰহস্যজনকভাৱে উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ৷ মৃত যুৱকজনৰ নাম সুৰজিত গগৈ৷ যুৱকজনৰ ঘৰ লাকুৱাত৷ SK PetroTechত কৰ্মৰত যুৱকজনৰ মৃত্যুৰ খবৰ বহু পলমকৈ দিয়া হৈছিল পৰিয়ালক৷ যাৰ বাবে এতিয়া ৰহস্যজনক হৈ পৰিছে ঘটনাটো৷

    Input & Photo: Bikash Arandhara

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং