মৰিয়নীৰ নাগাজাংকাত মৃতদেহ উদ্ধাৰ। মৃত লোকজন মৰিয়নীৰ নাগাজাংকা নগাঁৱৰ বিৰেন দুৱৰা বুলি চিনাক্ত । জংঘলৰ মাজত উদ্ধাৰ হয় মৃতদেহটো। ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় তদন্ত অব্যাহত।
আৰক্ষী উপস্থিত হয় তদন্ত অব্যাহত ৰাখিছে।
মৰিয়নীৰ নাগাজাংকাত মৃতদেহ উদ্ধাৰ। মৃত লোকজন মৰিয়নীৰ নাগাজাংকা নগাঁৱৰ বিৰেন দুৱৰা বুলি চিনাক্ত । জংঘলৰ মাজত উদ্ধাৰ হয় মৃতদেহটো। ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় তদন্ত অব্যাহত।
Published:
First published