27 C
Guwahati
Monday, November 29, 2021
More

    পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি; প্ৰেমিকৰ সৈতে মিলি স্বামীক হত্যাৰ অপচেষ্টা

    দৰঙৰ দৈপামত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি।

    ঘটনাৰ বিৱৰণী অনুসৰি প্ৰেমিকৰ সৈতে মিলি পত্নী জোৎস্না বেগমে স্বামীক হত্যাৰ অপেচেষ্টা চলায় ।

    অভিযোগ অনুসৰি মুৰছিদ আলীক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি হত্যাৰ চেষ্টা চলাই জোৎস্না বেগমে ।


    গুৰুতৰভাৱে আহত মুৰছিদক সংকটজনক অৱস্থাত তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় ।


    ইতিমধ্যে ঘটনা সংক্ৰান্তত আৰক্ষীয়ে জোৎস্না বেগমক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে।

    উক্ত ঘটনাক কেন্দ্ৰ কৰিয়েই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

    photo credit : time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং