27 C
Guwahati
Thursday, October 14, 2021
More

    ড’নাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণঃ ৰাষ্ট্ৰপতি ভৱনৰ বিশেষ ব্যঞ্জন ‘দাল ৰাইছিনা’

    এই ব্যঞ্জনবিধ প্ৰস্তুত কৰিবলৈ সময় লাগে ২ দিন অৰ্থাৎ ৪৮ ঘণ্টা

    ভাৰত ভ্ৰমণৰ আজি দ্বিতীয়টো দিন আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সন্মান জনাবলৈ নৈশ ভোজৰ আয়োজন কৰিছে। নৈশভোজৰ বাবে ৰাষ্ট্ৰপতি ভৱনত নিমন্ত্ৰণ জনোৱা হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক আৰু তাত তেওঁক ভাৰতীয় আহাৰেৰে আপ্যায়ন কৰা হ’ব।

    ‘দাল ৰাইছিনা’ ৰাষ্ট্ৰপতি ভৱনৰ বিশেষ ব্যঞ্জনসমূহৰ ভিতৰত এটা আৰু ইয়াৰ বাবে ডিনাৰ মেন্যুত এই ব্যঞ্জনবিধ অন্তৰ্ভুক্ত হোৱাৰ যথেষ্ট সম্ভাৱনা। এই ব্যঞ্জনবিধ প্ৰস্তুত কৰিবলৈ সময় লাগে ২ দিন অৰ্থাৎ ৪৮ ঘণ্টা।

    Photo credit: eastcoastdaily.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং