27 C
Guwahati
Tuesday, November 30, 2021
More

    ৰঙিয়াৰ শান্তিপুৰত ডকাইতিকাণ্ড, দুৰ্বৃত্তই লুটিলে আঢ়ৈ লাখ টকা

    আহতদ্বয়ক চিকিত্সাৰ বাবে ৰঙিয়াৰ পলিক্লিনিক আৰু মডেল হাস্পতাললৈ প্ৰেৰণ কৰা হয়

    ৰঙিয়াৰ শান্তিপুৰত ডকাইতি কাণ্ড। এম ডি ষ্টোৰৰ স্বত্ত্বাধিকাৰী পংকজ দাসৰ পৰা ৪ জনীয়া দুৰ্বৃত্তৰ এটা দলে লুটি নিলে প্ৰায় আঢ়ৈ লাখ টকা। চুৰিৰে আক্ৰমণ কৰে স্বত্ত্বাধিকাৰী পংকজ আৰু মধু বনিয়া নামৰ আন এজন যুৱকক।

    আহত যুৱক

    ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুয়োজন যুৱক। আহতদ্বয়ক চিকিত্সাৰ বাবে ৰঙিয়াৰ পলিক্লিনিক আৰু মডেল হাস্পতাললৈ প্ৰেৰণ কৰা হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত ঘটনাৰ তদন্ত অব্যাহত ৰাখে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং