28 C
Guwahati
Wednesday, October 27, 2021
More

    নগাঁও আৰক্ষীৰ জালত পৰিল পেট্ৰ’ল পাম্প ডকাইতি কাণ্ডৰ বৃহৎ ডকাইতৰ দল

    অভিযানৰ অন্তত ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড ৰাজীৱ বৰদলৈৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে কম্পিউটাৰ ছেট আৰু চি চি কেমেৰাৰ লগতে অন্যান্য সামগ্ৰী । লগতে জব্দ কৰিছে এটা ৭.৬৫mm আৰু এটা .২২ mm পিষ্টল

    নগাঁৱৰ পুৰণিগুদামৰ ৰিলায়েঞ্চ পেট্ৰ’ল পাম্পত ১৭ নৱেম্বৰত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড। এই ডকাইতি কাণ্ডৰ লগত কোনো লোকেল ডকাইতৰ দল জড়িত বুলি আৰক্ষীয়ে চলাই গৈছিল তদন্ত। কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস আৰু নগাঁও আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক জোন দাসৰ নেতৃত্বত চলিছিল এই অভিযান।

    Photo Credit: Time8

    অভিযানৰ অন্তত ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড ৰাজীৱ বৰদলৈৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে কম্পিউটাৰ ছেট আৰু চি চি কেমেৰাৰ লগতে অন্যান্য সামগ্ৰী । লগতে জব্দ কৰিছে এটা ৭.৬৫mm আৰু এটা .২২ mm পিষ্টল। নগাঁৱৰ বঢ়মপুৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ডকাইতি কাণ্ডত জড়িত আটাইকেইজন লোককে। নগাঁও আৰক্ষীৰ এয়া বৃহ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং