25 C
Guwahati
Wednesday, October 20, 2021
More

    দুৰ্গাপূজাৰ প্ৰাকক্ষণত মহানগৰীত সোমাইছে বৃহৎ গেংঃ আৰক্ষী আয়ুক্ত

    পূজাৰ দিনকেইটাত অসামৰিক পোছাকত থাকিব প্ৰতিগৰাকী আৰক্ষী

    দুৰ্গাপূজালৈ মাজত আছে মাথো কেইটামান দিন। পূজাৰ প্ৰাকক্ষণতে গুৱাহাটীত সোমাইছে এটা বৃহৎ গেং। গেংটোৰ টাৰ্গেট অসমৰ জনসাধাৰণৰ ধন-সম্পত্তি। দিল্লীৰ পৰা আহি অসমৰ বিভিন্ন স্হানত বাহৰ পাতিছে গেংটোৱে।

    ইতিমধ্যে গেংটোৰ ৩ সদস্য মহানগৰ আৰক্ষীয়ে আটক কৰিছে। আৰক্ষীৰ হাতত পৰিছে গুৱাহাটীৰ গেংটোৰ লোকেশ্যন। পূজাৰ দিনকেইটাত অসামৰিক পোছাকত থাকিব প্ৰতিগৰাকী আৰক্ষী। প্ৰতিটো পূজা মণ্ডপতে CCTV সংস্থাপনৰ নিৰ্দেশ আৰক্ষী আয়ুক্তৰ।

    পূজা সমিতিয়ে নিয়োগ কৰা স্বেচ্ছাসেৱকসকলৰ সবিশেষ তথ্য সংগ্ৰহ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে আৰক্ষী আয়ুক্ত দীপক কুমাৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং