14 C
Guwahati
Sunday, January 23, 2022
More

    ভাৰতত COVID-19 ZONEৰ তালিকা প্ৰকাশ; স্বাস্থ্য মন্ত্ৰ্যালয়ে জাৰি কৰিছে এই তালিকা

    ভাৰতত ১৩০টা RED ZONE, ২৮৪টা ORANGE ZONE আৰু ৩১৯ GREEN ZONE আছে

    দেশত COVID-19 ZONEৰ তালিকা প্ৰকাশ কৰিলে স্বাস্থ্য মন্ত্ৰ্যালয়ে। ভাৰতত ১৩০টা RED ZONE, ২৮৪টা ORANGE ZONE আৰু ৩১৯ GREEN ZONE আছে। উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰত সৰ্বাধিক RED ZONE। উত্তৰ প্ৰদেশত ১৯টা আৰু মহাৰাষ্ট্ৰত ১৪টা RED ZONE। দিল্লী আৰু গুজৰাটত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কৰ’ণা ভাইৰাছৰ ফলত। দেশজুৰি ইতিমধ্য ২৫,০০৭জন লোক আক্ৰান্ত হৈছে। সুস্থ হৈ উঠিছে ৮,৮৮৮ জন আৰু বৰ্তমানলৈ প্ৰাণ হেৰুৱাইছে ১,১৪৭জনে।

    তলত দিয়া হৈছে প্ৰতিটো জনৰ সম্পূৰ্ণ তালিকাঃ

    Photo credit: www.google.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং