22 C
Guwahati
Wednesday, October 27, 2021
More

    মুছলপুৰ কোষাগাৰত কৰ্মচাৰীয়ে উৎকোচ লোৱাৰ দৃশ্য গোপন কেমেৰাত বন্দী

    কোষাগাৰটোত যিকোনো বিল পাছৰ নামত শিক্ষক, পেঞ্চনাৰকে ধৰি সকলোকে কোষাগাৰটোৰ বিষয়া-কৰ্মচাৰীসকলে যথেষ্ট হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে

    দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা সোণোৱাল চৰকাৰৰ কৰ্মচাৰীয়ে খোদ কাৰ্যালয়ৰ টেবুলতে মুকলিকৈ উৎকোচ লৈ থকাৰ দৃশ্য গোপন কেমেৰাত বন্দী হৈছে। বাক্সা জিলাৰ মুছলপুৰ কোষাগাৰত দৰমহাকে ধৰি যিকোনো বিল পাছৰ নামত দিব লাগে উৎকোচ ৷

    Video : Time8

    ভুক্তভোগীৰ গোপন কেমেৰাত বন্দী কাৰ্যালয়টোত কৰ্মৰত এগৰাকী কৰ্মচাৰীয়ে উৎকোচ লৈ থকা মুহূৰ্তৰ দৃশ্য এয়া ৷ উল্লেখযোগ্য যে, কোষাগাৰটোত যিকোনো বিল পাছৰ নামত শিক্ষক, পেঞ্চনাৰকে ধৰি সকলোকে কোষাগাৰটোৰ বিষয়া-কৰ্মচাৰীসকলে যথেষ্ট হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে দীৰ্ঘদিনৰে পৰা৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং