14 C
Guwahati
Sunday, January 23, 2022
More

    শতকৰ ঘৰলৈ মাত্ৰ এখোজ! দেশত কৰ’ণাই প্ৰাণ লোৱা লোকৰ সংখ্যা ৯৯লৈ বৃদ্ধি

    ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে ভাৰতৰ পৰিস্থিতি

    দেশত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’ণাত মৃত্যু হোৱা আৰু আক্ৰান্ত হোৱা লোকৰ সংখ্যা। এইপৰ্যন্ত ভাৰতত কৰ’ণাত মৃত্যু ৯৯জন লোকৰ।গুজৰাটৰ চুৰাটৰ এগৰাকী মহিলা কৰ’ণাত আক্ৰান্ত হৈ আজি পুৱা মৃত্যুক সাৱটি লয় আৰু ইয়াৰ লগে লগে ভাৰতত মৃত্যুৰ সংখ্যা বৃদ্ধি পালে ৯৯লৈ। ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে ভাৰতৰ পৰিস্থিতি।

    এইপৰ্যন্ত ভাৰতত আক্ৰান্তৰ সংখ্যা ৩৬৭১জন। মহাৰাষ্ট্ৰত সৰ্বাধিক ৬৩৫জন আক্ৰান্ত।মহাৰাষ্ট্ৰত মৃত্যুৰ সংখ্যা পালেগৈ ৩২জন।আনহাতে দিল্লীত আক্ৰান্তৰ সংখ্যা ৪৪৫জন আৰু মৃত্যু হৈছে ৬জনৰ।অসমত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ২৬লৈ।অসমতো প্ৰতিদিনে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা।

    Photo Credit: www.jagran.com

    Published:

    1 COMMENT

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং