25 C
Guwahati
Thursday, October 6, 2022
More

    নলবাৰীত কোৱাৰাইণ্টাইনত ৰখা ২ যুৱতীৰ দেহত নাই কৰ’ণাৰ অৱস্থিতি

    গুৱাহাটীৰ কৰ'ণা আক্ৰান্ত মনীষ টিব্ৰেৱালৰ সংস্পৰ্শত আহিছিল যুৱতীদ্বয়

    নলবাৰীত কোৱাৰাইণ্টানত ৰখা দুই যুৱতীৰ দেহত নাই কৰ’ণা ভাইৰাছ। গুৱাহাটীৰ কৰ’ণা আক্ৰান্ত মনীষ টিব্ৰেৱালৰ সংস্পৰ্শত আহিছিল যুৱতীদ্বয়। টিব্ৰেৱালৰ এটা কোম্পানীত কৰ্মৰত আছিল নলবাৰীৰ দুই যুৱতী তুলিকা দাস আৰু হৰিণাক্ষী শৰ্মা। মনীষ টিব্ৰেৱালৰ সংস্পৰ্শলৈ অহাৰ সন্দেহত আৰু সুৰক্ষাজনিত কাৰণত কোৱাৰাইণ্টাইনত ৰখা হৈছিল দুই যুৱতীক।

    হোম কোৱাৰাইণ্টাইনত থকাৰ পিছত হাস্পতাললৈ অনা হয় যুৱতীদ্বয়ক। যুৱতীদ্বয় বৰ্তমান সংকটমুক্ত বুলি জানিব দিছে চিকিৎসকে। দুয়ো ২০ তাৰিখে গুৱাহাটীৰ পৰা আহিছে ঘৰলৈ। এগৰাকীৰ ঘৰ নলবাৰীৰ যজ্ঞভূমিত আন এগৰকীৰ ঘৰ গুৱাকুছিত।

    Photo Credit: aljazeera.com

    Published:

    1 COMMENT

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং