26 C
Guwahati
Sunday, October 24, 2021
More

    কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সন্দেহ বঙাইগাঁৱৰ ব্যৱসায়ীক বিপদমুক্ত ঘোষণা

    বঙাইগাঁও যুটীয়া স্থাস্ব্য বিষয়াই সদৰী ক'লে এই কথা

    বঙাইগাঁৱত কৰ’ণা ভাইৰাছত আক্ৰান্ত সন্দেহ লোকজনলৈ সকাহ৷ কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা নাই ডুবাইৰ পৰা অহা বঙাইগাৱঁৰ ব্যৱসায়ীগৰাকী ৷ এই কথা জনালে বঙাইগাঁও যুটীয়া স্থাস্ব্য বিষয়াই৷

    সন্দেহ কৰা লোকজনৰ তেজৰ নমুনাৰ প্ৰতিবেদনত (পৰীক্ষাত) ধৰা পৰা নাই কৰ’ণাৰ ভাইৰাছ৷ লোকজন বিপদমুক্ত বুলি প্ৰকাশ৷

    Photo Credit: Southend Echo

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং