19 C
Guwahati
Tuesday, November 22, 2022
More

    Breaking: কৰ’ণা ভাইৰাছত ভাৰতৰ প্ৰথমজন আক্ৰান্ত চিনাক্ত

    শিক্ষাৰ্থীগৰাকী অধ্যয়নৰ সূত্ৰে আছিল চীনৰ বাহানত

    কৰ’ণা ভাইৰাছত ভাৰতৰ প্ৰথমজন আক্ৰান্ত চিনাক্ত। কেৰেলাত চিনাক্ত কৰা হৈছে এই ভাইৰাছত আক্ৰান্তজনক।

    এগৰাকী শিক্ষাৰ্থী এই ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ। শিক্ষাৰ্থীগৰাকী অধ্যয়নৰ সূত্ৰে আছিল চীনৰ বাহানত। বৰ্তমান সুস্থিৰ হৈ আছে ভাৰতৰ ৰোগীগৰাকী।

    ক্ষিপ্ৰতাৰে পৰ্যবেক্ষণ কৰা হৈছে কৰ’ণা ভাইৰাছত আক্ৰান্ত ছাত্ৰগৰাকীক।

    Photo Credit: Patrika

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং