32 C
Guwahati
Monday, May 29, 2023
More

    চীনত কৰ’ণা ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যা ২,৫৯২লৈ বৃদ্ধি

    চীনত কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা সৰ্বমুঠ ৭৭,০০০ জন

    চীনত কৰ’ণা ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যা ২,৫৯২লৈ বৃদ্ধি পাইছে। দেওবাৰে মুঠ ৯৭গৰাকী লোকৰ কৰ’ণা ভাইৰাছৰ বাবে মৃত্যু হয়। সোমবাৰে কৰ’ণা ভাইৰাছত আক্ৰান্ত ৪০৯টা নতুন ঘটনাৰ কথা পোহৰলৈ আহিছে।

    চীনত কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা সৰ্বমুঠ ৭৭,০০০ জন। দক্ষিণ কোৰিয়াতো কালিৰ দিনটোত ১৬১ টা কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ তথ্য পোৱা গৈছে।

    Photo Credit:MarketWatch

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং