26 C
Guwahati
Friday, October 7, 2022
More

    অৰুণাচলত প্ৰথমটো কৰ’ণা ভাইৰাছত আক্ৰান্তৰ ঘটনা, নিজামুদ্দিনৰ মাৰ্কাজলৈ গৈছিল লোকজন

    সমগ্ৰ উত্তৰ-পূবত এইপৰ্যন্ত মুঠ ২০জনৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছ

    অৰুণাচলত প্ৰথমটো কৰ’ণা ভাইৰাছত আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে। অৰুণাচল প্ৰদেশৰ তেজুৰ এজন ব্যক্তিৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ অৱস্থিতি। লাহোৱালৰ ICMR লেবত আক্ৰান্তৰ তথ্য নিশ্চিত।

    নিজামুদ্দিনৰ মাৰ্কাজলৈ গৈছিল তেজুৰ লোকজন।উত্তৰ-পূবত এইপৰ্যন্ত মুঠ ২০জনৰ দেহত কৰ’ণা ভাইৰাছ। অৰুণাচলৰ প্ৰথমজন ব্যক্তি কৰ’ণা ভাইৰাছত আক্ৰান্তৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে আতংকিত হৈ পৰিছে অৰুণাচলবাসী।

    Photo Credit: BBC.com

    Published:

    5 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং