26 C
Guwahati
Saturday, December 4, 2021
More

    Breaking: AICCৰ তৰফৰ পৰা ৰাহুল গান্ধীয়ে ৫জন শ্বহীদক প্ৰদান কৰিব ২ লাখকৈ টকা

    নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত অংশগ্ৰহণ কৰি শ্বহীদ হৈছিল আটাইকেইজন

    AICCৰ ফালৰ পৰা ৰাহুল গান্ধীয়ে ৫জন শ্বহীদক ২লাখ টকাকৈ প্ৰদান কৰিব। আজিয়ে ২ লাখ টকাকৈ প্ৰদান কৰা হ’ব। ইতিমধ্যে ৰিপুন বৰাৰ নেতৃত্বত এটা দল শ্বহীদৰ ঘৰলৈ ৰাওনা হৈছে।

    নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত অংশগ্ৰহণ কৰি শ্বহীদ হৈছিল আটাইকেইজন। আজি গুৱহাটীত উপস্থিত হৈছিল কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী। গুৱাহাটীৰ প্ৰতিবাদত অংশ লৈ শ্বহীদ হোৱা চেমৰ ঘৰত উপস্থিত হৈছিল ৰাহুল গান্ধী।

    Photo credit: indianexpress.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং