33 C
Guwahati
Tuesday, September 27, 2022
More

    উপ–নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ৪টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা

    দলৰ হাইকামাণ্ডে চূড়ান্ত কৰিলে এই প্ৰাৰ্থী তালিকা

    উপ নিৰ্বাচনৰ অসমৰ চাৰিটা সমষ্টিৰ কাৰণে কংগ্ৰেছে আনুষ্ঠানিকভাৱে চূড়ান্ত কৰিলে প্ৰাৰ্থী তালিকা। দলৰ হাইকামাণ্ডে চূড়ান্ত কৰিলে এই প্ৰাৰ্থী তালিকা।

    এই তালিকা অনুসৰি ৰাতাবাৰীত কেশৱ প্ৰসাদ ৰজকক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে, জনিয়াত ছামছুল হক, ৰঙাপাৰাত প্ৰাৰ্থিত্ব দিয়া হৈছে কাৰ্তিক কুৰ্মীক আৰু সোণাৰীত কংগ্ৰছ দলৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে সুশীল চুড়ীক।

    কাৰ্তিক কুৰ্মী
    কেশৱ প্ৰসাদ ৰজক
    ছামছুল হক
    সুশীল চুড়ী

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং