15 C
Guwahati
Friday, January 28, 2022
More

    কংগ্ৰেছী বিধায়কৰ ঘৃণনীয় ৰাজনীতি, মোদী প্ৰেমীক নিদিলে সাহায্য

    মুখ্যমন্ত্ৰীক ভাল পায় নে নৰেন্দ্ৰ মোদীক বুলি প্ৰশ্ন ৰাইজক

    দেশৰ সংকট কালতো ঘৃণনীয় ৰাজনীতি এৰা নাই একাংশই। খাদ্য সংকটত থকা পিছতো সাধাৰণ ৰাইজক কৰিলে বিভাজন। প্ৰাধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভালপোৱা ব্যক্তিক নিদিলে সাহায্যৰ টোপোলা। এই ঘৃণনীয় ৰাজনীতি কৰিছে ৰাজস্থানৰ এগৰাকী কংগ্ৰেছী বিধায়কে।

    এখন খাদ্য বিতৰণী সভাত আহি কংগ্ৰেছী বিধায়কে সকলো জনসাধাৰণক উদ্দেশ্য কৰি প্ৰশ্ন কৰে মোদীক কোনে কোনে ভাল পায়। মুখ্যমন্ত্ৰী অশোক গেহলটক ভাল পায় নে নৰেন্দ্ৰ মোদীক? আৰু যি সকল লোকে মোদীক ভালপোৱাৰ কথা কলে সেই সকল ব্যক্তিক সাহায্যৰ টোপোলা নিদিলে বিধায়কগৰাকীয়ে।

    কংগ্ৰেছৰ বিধায়ক ৰাজেন্দ্ৰ সিং বিদুৰিৰ ৰাইজক এই প্ৰশ্ন। মোদীৰ নাম লোৱা সকলক খালী হাতে ঘূৰাই পঠালে বিধায়কজনে। দেশৰ সংকটকালতো ৰাজনীতি নেৰা বিধায়কগৰাকীৰ এনে আচৰণে এতিয়া চৰ্চা লাভ কৰিছে।

    Photo Credit: @ProfYogendra

    Published:

    1 COMMENT

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং