31 C
Guwahati
Sunday, September 26, 2021
  • হোম
  • ভিডিও
  • টাইমকাষ্ট
More

    ডিটেনচন কেম্পৰ পৰা মুকলি আকাশৰ তললৈ ১০ বিদেশী

    তিনি বছৰ ধৰি ডিটেনচন কেম্পত থকাৰ পিছত অৱশেষত মুকলি আকাশৰ তললৈ ওলাই আহিল ১০ বিদেশী। ন্যায়াধিকৰণৰ পৰা জামিন লাভ কৰি গোৱালপাৰা ডিটেনচন কেম্পৰ পৰা ওলাই আহি ১০ বিদেশী এতিয়া মুকলি আকাশৰ তলত

    কাৰ্যকৰী হ’ল উচ্চতম ন্যায়ালয়ৰ ৰায়। তিনি বছৰ ধৰি ডিটেনচন কেম্পত থকাৰ পিছত অৱশেষত মুকলি আকাশৰ তললৈ ওলাই আহিল ১০ বিদেশী। ন্যায়াধিকৰণৰ পৰা জামিন লাভ কৰি গোৱালপাৰা ডিটেনচন কেম্পৰ পৰা ওলাই আহি ১০ বিদেশী এতিয়া মুকলি আকাশৰ তলত। ২ লাখ টকাৰ বণ্ডসহ বায়’মেট্ৰিক লোৱাৰ পিছত মুকলি কৰি দিয়া হয় ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰা আটাইকেইজনক।

    উল্লেখ্য যে যোৱা ৯ আগষ্টৰ পৰা আজিলৈকে ১০জনকৈ বিদেশীক মুকলি কৰি দিয়া হৈছে গোৱালপাৰা ডিটেনচন কেম্পৰ পৰা। ইয়াৰে গোৱালপাৰা জিলাৰ ৯জন আৰু চিৰাং জিলাৰ এজন। জামিন লাভ কৰি মুকলি আকাশৰ তললৈ অহা লোককেইজন হ’ল চিৰাং জিলাৰ মুন্নাফ আলী আৰু গোৱালপাৰা জিলাৰ ক্ৰমে নুৰ মহাম্মদ, ৰবি দে’, সুজিত সৰকাৰ, ৰহিম আলী, বাতচু শ্বেখ, শ্যামল ঘোষ, সুধন সৰকাৰ, মহাম্মদ ছানাউল্লা শ্বেখ, আৰু অৰুণ দাস।

    উল্লেখযোগ্য যে কিছুদিন পূৰ্বে এক ৰায় দিছিল দেশৰ উচ্চতম ন্যায়ালয়ে আৰু তাৰ পিছৰে পৰা এইপৰ্যন্ত এইকেইজনক মুকলি কৰি দিয়া হৈছে ডিটেনচন কেম্পৰ পৰা।

    Guwahati | Edited by: Akash Chetry

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    আজি বিশ্বকৰ্মা পূজা, সমগ্ৰ ৰাজ্যতে পূজাৰ ব্যস্ততা

    বৈদ্যুতিন আৰু ছপা সংবাদ মাধ্যমৰ কাৰ্যালয়সমূহো পুৱাৰে পৰা ব্যস্ততা দেখা গৈছে

    ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এগৰাকী বিধায়িকাৰ নৃত্য, চাওক VIDEO

    আনহাতে বিধায়িকাগৰাকীক এই সন্দৰ্ভত আছুৱে চেপনৰ ৰণশিঙা কাৰ্যসূচীৰ পৰা প্ৰত্যাহ্বান জনাই এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়

    “ইচ্ছামৃত্যু” বিচাৰি বেতন বঞ্চিত শিক্ষকৰ ৰাষ্ট্রপতি-ৰাজ্যপাললৈ আবেদন

    শিৱসাগৰ জিলাৰ ১৫০০ ৰো অধিক শিক্ষক শিক্ষয়িত্ৰীয়ে বিগত ৮ বছৰ ধৰি মাহেকীয় দৰমহাৰ পৰা বঞ্চিত হৈ আছে

    ১৫ দিনে রাজ্যে নগদ ৯ কোটি টাকা বাজেয়াপ্ত, উদ্ধার প্রচুর মদ সহ নেশাদ্রব্য

    ২৬ ফেব্রুয়ারি থেকে ১১ মার্চ পর্যন্ত রাজ্যে নগদ ৮ কোটি ৮০ লক্ষ টাকা এবং ৭ কোটি ৬৮ লক্ষ টাকা মূল্যের মদ বাজেয়াপ্ত করা হয়েছে।

    ১৪৪১ জন শিল্পী ৮.৮১ কিলোমিটার দীর্ঘ আলপনা এঁকে রেকর্ড গড়লেন

    সিস্টেমেটিক ভোটারস এডুকেশন এন্ড ইলেকট্রনিক্স পার্টিসিপেশন (এসভিইইপি)-এর আওতায় ভোটদাতাদের ভোট দানে উদ্বুদ্ধ করতে এই অভিনব পদ্ধতি গ্রহণ করেছে কাছাড় জেলা প্রশাসন।

    মেডিক্যাল থেকে পালিয়ে গেল করোনা রোগী, পরে শ্বশুরবাড়ি থেকে আটক

    ভোরে শৌচাগারে যাওয়ার কথা বলে কোভিড আইসিইউতে চিকিৎসাধীন ওই রোগী পালিয়ে যান মেডিক্যাল থেকে।