33 C
Guwahati
Wednesday, September 28, 2022
More

    কলেজীয়া ছাত্ৰীৰ অশ্লীল ভিডিঅ’ ভাইৰেল ঘটনাঃ এজনক গ্ৰেপ্তাৰ

    ধৃত যুৱকজনৰ নাম দেৱাশীষ ভাগৱতী। ছাত্ৰ জন ABVPৰ ছাত্ৰ নেতা বুলি জানিব পৰা গৈছে

    এগৰাকী কলেজীয়া ছাত্ৰীৰ অশ্লীল ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত গোলাঘাট আৰক্ষীয়ে দেৰগাঁৱৰ পৰা এজন ছাত্ৰক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।

    ধৃত যুৱকজনৰ নাম দেৱাশীষ ভাগৱতী। ছাত্ৰ জন ABVPৰ ছাত্ৰ নেতা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আৰু কেইবাজনো আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা। ঘটনাটোক লৈ আৰক্ষীৰ তদন্ত অব্যাহত।

    Photo credit: wccftech.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং