14.5 C
Guwahati
Wednesday, January 26, 2022
More

    লোমহৰ্ষক! দৰঙৰ দলগাঁৱত দশম শ্ৰেণীৰ ছাত্ৰীক চুৰিকাঘাত সহপাঠীৰ

    ছাত্ৰীগৰাকীক আহত অৱস্থাত মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈ যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

    দশম শ্ৰেণীৰ ছাত্ৰীএগৰাকীক চুৰি হানি-খুঁচি হত্যা কৰি পথৰ কাষত পেলাই থৈ গ’ল সহপাঠী ছাত্ৰীৰ। পথৰ কাষত ছটফটাই থকা অৱস্থাত ছাত্ৰীগৰাকীক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

    দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱাগত আদৰণী সভা সমাপ্ত কৰি ঘৰলৈ যোৱাৰ পথতে সংঘটিত হয় এই নৃশংস ঘটনা।

    Photo Credit: chicago.suntimes.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং