দশম শ্ৰেণীৰ ছাত্ৰীএগৰাকীক চুৰি হানি-খুঁচি হত্যা কৰি পথৰ কাষত পেলাই থৈ গ’ল সহপাঠী ছাত্ৰীৰ। পথৰ কাষত ছটফটাই থকা অৱস্থাত ছাত্ৰীগৰাকীক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱাগত আদৰণী সভা সমাপ্ত কৰি ঘৰলৈ যোৱাৰ পথতে সংঘটিত হয় এই নৃশংস ঘটনা।
Photo Credit: chicago.suntimes.com