18 C
Guwahati
Wednesday, November 23, 2022
More

    খেলো ইণ্ডিয়াত উত্তপ্ত পৰিস্থিতি; অসম আৰু মধ্য প্ৰদেশৰ খেলুৱৈৰ মাজত হতাহতি

    অসমৰ প্ৰান্তজ্যোতিৰ পৰাজয়ৰ পিছতে গেলাৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়

    খেলো ইণ্ডিয়াত অঘটন। অসম আৰু মধ্য প্ৰদেশৰ খেলুৱৈৰ মাজত হয় মাৰপিট। পল্টন বজাৰৰ ছাই ফিল্ডত অসমৰ প্ৰান্তজ্যোতি আৰু মধ্য প্ৰদেশৰ খেলুৱৈ হিমাংশু শ্ৰীৱাছৰ মাজত হৈছিল বক্সিং খেল। মধ্য প্ৰদেশৰ খেলুৱৈগৰাকীয়ে বিজয়ী হোৱাৰ পিছতে অসমৰ আন খেলুৱৈসকলক অশ্লীল ইংগিত দিয়াৰ অভিযোগ। ইয়াকে লৈ পিছত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। খেলৰ মাজতে ২ ফৈদৰ মাজত হয় হতাহতি।

    অসমৰ প্ৰান্তজ্যোতিৰ পৰাজয়ৰ পিছতে গেলাৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পিছত অসমৰ খেলুৱৈসকলক হাত যোৰ কৰি ক্ষমা খুজিলে মধ্য প্ৰদেশৰ খেলুৱৈ হিমাংশু শ্ৰীৱাছে।

    Photo:Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং