22 C
Guwahati
Tuesday, October 26, 2021
More

    মন্ত্ৰী অতুল বৰাৰ বাসগৃহৰ সন্মুখত প্ৰচণ্ড মাৰপিট, চাওক VIDEO

    আৰক্ষীয়ে চোঁচৰাই চোঁচৰাই গাড়ীত ভৰাই প্ৰতিবাদকাৰীসকলক

    মন্ত্ৰী অতুল বৰাৰ বাসগৃহৰ সন্মুখতে প্ৰচণ্ড মাৰপিট। অগপ কৰ্মী আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যৰ মাজত হোৱা সংঘাতৰ ফলত উত্তপ্ত হৈ পৰে পৰিস্থিতি। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাই যদিও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি অৱশেষত লাঠীচাৰ্জ কৰিবলৈ বাধ্য হয়। আৰক্ষীয়ে চোঁচৰাই চোঁচৰাই গাড়ীত ভৰাই প্ৰতিবাদকাৰীসকলক।

    অগপ কৰ্মী আৰু ছাত্ৰ মুক্তি সদস্যৰ মাজত সংঘাত

    মন্ত্ৰী অতুল বৰাৰ বাসগৃহৰ সন্মুখত মাৰপিটঅগপ কৰ্মী আৰু ছাত্ৰ মুক্তি সদস্যৰ মাজত সংঘাত

    Posted by TIME8 on Sunday, December 8, 2019
    VIDEO

    উল্লেখ্য যে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰাৰ পিছতে ইয়াৰ বিৰুদ্ধে বিভিন্নধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল-সংগঠনে। ইয়াকে লৈ দেওবাৰে গোলাঘাটত মন্ত্ৰীগৰাকীৰ ঘৰ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং