37 C
Guwahati
Tuesday, June 6, 2023
More

    টীয়কৰ জগদুৱাৰত অগপ আৰু আছুৰ প্ৰচণ্ড সংঘাত; চাওক VIDEO

    এই বিষয়ক কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত প্ৰচণ্ড হতাহতি

    টীয়কৰ জগদুৱাৰত অগপ আৰু আছুৰ প্ৰচণ্ড সংঘাত। অগপৰ দলীয় সাংগঠনিক সভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি। অতুল বৰাক ক’লা পতাকা প্ৰদৰ্শনক কেন্দ্ৰ কৰি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত। অগপ কৰ্মীয়ে হাতত ইটা লৈ প্ৰতিবাদকাৰীক প্ৰহাৰৰ বাবে উদাত্ত হোৱাৰ অভিযোগ আছুৰ।

    এই বিষয়ক কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত প্ৰচণ্ড হতাহতি ৷ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত হঠাৎ সৃষ্টি হয় অভাৱনীয় পৰিস্থিতিৰ।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং