27 C
Guwahati
Wednesday, October 13, 2021
More

    কণমানি কিশোৰীক যৌন নিৰ্যাতনক লৈ উত্তপ্ত অসম-অৰুণাচল সীমান্ত

    উত্তেজিত জনতাক নিয়ন্ত্ৰণ কৰিবলৈ চিআৰপিএফ মোতায়ন

    লখিমপুৰৰ বান্দৰদেৱাত লংকাকাণ্ড। কেইদিনমান পূ্ৰ্বে এজন যুৱকে যৌন নিৰ্যাতন চলাইছিল এগৰাকী ৫ বছৰীয়া কণমানিক। আজাহাৰুল ইছলাম ওৰফে গেন্দাৰ বিৰুদ্ধে বান্দৰদেৱা আৰক্ষী চকীত ৰুজু কৰিছিল গোচৰ। আৰক্ষীয়ে আজিলৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ’ল লম্পট যুৱকজনক।

    ইয়াকে লৈ উত্তেজিত ৰাইজে ঘেৰাও কৰিলে বান্দৰদেৱা আৰক্ষী চকী। ক্ষোভিত ৰাইজে লণ্ড-ভণ্ড কৰিলে অভিযুক্তৰ ঘৰ। উত্তেজিত জনতাক নিয়ন্ত্ৰণ কৰিবলৈ চিআৰপিএফ মোতায়ন। পৰিস্থিতি নিয়ন্ত্ৰনৰ বাবে আৰক্ষীৰ লাঠিচালনা।

    Graphics: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং